Rangpur Festival 2023: শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত ৰংপুৰ উৎসৱ

By

Published : Jan 16, 2023, 1:53 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত অনুষ্ঠিত হৈছে ৰংপুৰ উৎসৱ (Rangpur Festival 2023)। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো ৰংপুৰ উৎসৱ পহিলা মাঘত উদযাপন কৰা হৈছে (Tai Ahom Youth Council) । পুৱা পতাকা উত্তোলন কৰি ৰংঘৰৰ ৰূপহী পথাৰত ৰংপুৰ উৎসৱৰ আৰম্ভ কৰে টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে । ৰংঘৰৰ প্ৰেক্ষাপটত বিভিন্ন সাংস্কৃতিক নৃত্যৰ লগতে কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয় (Historic Rang ghar in Sivasagar) । নৃত্য-গীতৰ মাজতে অনুষ্ঠিত হয় পৰম্পৰাগত খেল-ধেমালি । অনানুষ্ঠানিক ম'হ যুঁজৰ লগতে ৰংপুৰ উৎসৱৰ মুখ্য আকৰ্ষণ মল্ল যুঁজ অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিব দিছে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.