Rangali 2023 : নলবাৰীৰ বিহুত দিপলীনা গীতে মুগ্ধ কৰিলে দৰ্শকক - নলবাৰী মহকুমা বিহুত কণ্ঠশিল্পী দিপলীনা ডেকা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 25, 2023, 1:16 PM IST

Updated : Apr 25, 2023, 2:00 PM IST

নলবাৰী,২৫ এপ্ৰিল : নলবাৰী মহকুমা বিহুত কণ্ঠশিল্পী দিপলীনা ডেকা ৷ নিশা নলবাৰী গৰ্ডন খেলপথাৰত আয়োজিত নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তীত দিপলীনাই গাই গ'ল এটাৰ পিচত আনটো জনপ্ৰিয় গীত (Rangali Bihu celebration in Nalbari) ৷ কেইবা সহস্ৰাধিক দৰ্শকৰ উপস্থিতি গৰ্ডন খেলপথাৰত কণ্ঠশিল্পীগৰাকীৰ জনপ্ৰিয় গীতে মুগ্ধ কৰিলে উপস্থিত দৰ্শকক (Rangali 2023) ৷

শান্তি-শৃংখলা অটুত ৰাখি, উদ্যোক্তা সমিতিৰ আহ্বানত বিহু অনুষ্ঠানত উপস্থিত থকা সহাস্ৰাধিক দৰ্শকে উপভোগ কৰিলে দিপলীনাৰ গান (Cultural event in Nalbari) । আনহাতে, উক্ত সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণিতে গুৱাহাটীৰ মেজাংকৰি মেঘমল্লাৰ আকৰ্ষণীয় বাৰেৰহনীয়া সাংস্কৃতিক অনষ্ঠানে আপ্লুত কৰে উপস্থিত দৰ্শকক । মেজাংকৰি মেঘমল্লাৰ দলটোৱে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ আকৰ্ষণীয় ৰূপত দাঙি ধৰি ।  বিশেষকৈ দলটোৰ বাঁহীবাদকে অধিক বেছি আমোদ দিয়ে দৰ্শকক । 

লগতে পঢ়ক : Leopard terror : বাঘৰ আক্ৰমণত নাবালকৰ মৃত্যু; নিৰুদ্বেগ ভূমিকাত বন বিভাগ

Last Updated : Apr 25, 2023, 2:00 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.