টীয়কতো ৰাইজৰ মাজত দুৰ্গা পূজাৰ পাৰ ভঙা উছাহ

By

Published : Oct 4, 2022, 10:14 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি নৱমী অৰ্থাৎ দুৰ্গা পূজা উদযাপনৰ শেষ নিশা (Navami celebrated at Teok) ৷ কালিলৈ নীতি নিয়মৰ মাজেৰে মা দুৰ্গাক বিসৰ্জন কৰিব সকলোৱে ৷ এয়া টীয়কৰ অন্যতম ব্যয়বহুল টীয়ক টাউন যুৱ সংঘই উদযাপন কৰা দুৰ্গা পূজাৰ দৃশ্য (puja arati at Teok town ) ৷ বিগত দুটা দিনৰ দৰে আজিও সন্ধিয়া ঢাকৰ শব্দত আৰতি আৰম্ভ হৈছে ৷ এই আৰতিত ভাগ লৈছে হাজাৰ হাজাৰ জনতাই ৷ ঢাকৰ শব্দত সকলো মতলীয়া হৈ পূজাৰ আৰতি কৰি আনন্দত আত্মহাৰা হৈ পৰিছে ৷ টীয়কৰ টাউন যুৱসংঘৰ পূজাস্থলীৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.