Chutia Yuv Sanmilan2023: ২৭ জানুৱাৰীৰ পৰা ৰহাত চুতীয়া যুৱ সন্মিলনৰ মহাৰজত জয়ন্তী - Platinum Jubilee of Chutia Yuv Sanmilan at Raha

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 8, 2023, 5:24 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত ৰহাত অনুষ্ঠিত হ'ব চুতীয়া যুৱ সন্মিলন, অসমৰ মহাৰজত জয়ন্তী সমাৰোহ (Platinum Jubilee of Chutia Yuv Sanmilan at Raha) । এই মহাৰজত জয়ন্তী উৎসৱৰ বাবে দেওবাৰে মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰা হয় (Laikhuta of Platinum Jubilee of Chutia Yuv Sanmilan)। ৰহাৰ টোপাকুছিত অনুষ্ঠিত হ'বলগীয়া এই মহাৰজত জয়ন্তীৰ লাইখুটা স্থাপন কৰে চুতীয়া যুৱ সন্মিলনৰ সভাপতি মোহন শইকীয়াই । উক্ত অনুষ্ঠানত চুতীয়া যুৱ সমাৰোহ, জনগোষ্ঠীয় সমাৰোহ, মুকলি সভা, সাংস্কৃতিক সমাৰোহ আদি অনুষ্ঠিত হ'ব । চুতীয়া যুৱ সন্মিলনত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে সদৰী কৰিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.