হোজাইত আৰক্ষীৰ পেৰেডৰ অনুশীলন সম্পূর্ণ

By

Published : Aug 14, 2022, 8:23 AM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

হোজাইত স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলন সম্পূর্ণ আৰক্ষী প্ৰশাসনৰ (Independence Day parade in Hojai) । বিগত কেইবাদিন ধৰি হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ কছাৰী ময়দানত আৰক্ষীয়ে চলাই আহিছিল পেৰেডৰ অনুশীলন ৷ এই কুচকাৱাজত জিলাখনৰ আৰক্ষী কনিষ্টবলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও অংশ গ্ৰহণ কৰিছিল (Students took part in parade in Hojai) । উক্ত অনুশীলনৰ শনিবাৰে সামৰণি পৰে । তদুপৰি জিলাখনত ১৫ আগষ্টক লৈ আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে বুলি হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জানিবলৈ দিয়ে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.