Media cricket in Majuli: মাজুলীত মিডিয়া ক্ৰিকেটৰ জাৰ্চি উন্মোচন - T20 Media Cricket 2022

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 23, 2022, 1:01 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

সত্ৰনগৰী মাজুলীৰ মিনি ষ্টেডিয়ামত অহা ২৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব টি-২০ মিডিয়া ক্রিকেট ২০২২(T20 Media Cricket 2022) । জিলাখনৰ সংবাদ মাধ্যমৰ লগত জড়িত সকলো সংবাদকৰ্মীৰ মাজত সু-সম্পর্ক ৰখাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই ক্ৰিকেট খেলখনিৰ(Preparation for media cricket in Majuli) । বৃহস্পতিবাৰে এই খেলৰ জাৰ্চি উন্মোচন কৰে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তই(Media cricket jersey launched in Majuli) । জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত জিলাখনৰ উপায়ুক্ত পুলক মহন্ত, অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতা, বিপুল দাস, সহকাৰী আয়ুক্ত দেৱ নাৰায়ণ হাজৰিকাৰ লগতে মাজুলীৰ সকলো সাংবাদিক উপস্থিত থাকে । জিলাখনৰ সংবাদ মাধ্যমৰ লগত জড়িত সকলো সংবাদকৰ্মীৰ মাজত সু-সম্পর্ক বৰ্তাই ৰখাৰ বাবেই এই খেলখন আয়োজন কৰাৰ বাবে সকলোকে প্ৰসংশাৰে ওপচাই তোলে মাজুলী জিলাৰ উপায়ুক্তগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.