নাৰেংগীত প্ৰাগজ্যোতিষপুৰ ব’হাগী উৎসৱ সমিতিৰ মুকলি বিহু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 17, 2022, 8:56 AM IST

Updated : Feb 3, 2023, 8:22 PM IST

ৰঙালীৰ ৰং আনন্দত মতলীয়া সমগ্ৰ ৰাজ্য । সৰ্বত্ৰে এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ পাৰভঙা উছাহ । সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে মুকলি বিহু(Bohagi Utsav 2022) । মহানগৰীৰ নাৰেংগীত প্ৰাগজ্যোতিষপুৰ ব’হাগী উৎসৱ সমিতিৰ উদ্যোগত শনিবাৰে অৰ্থাৎ ব’হাগ বিহুৰ দ্বিতীয় দিনা অনুষ্ঠিত কৰা হয় মুকলি বিহু(Pragjyotishpur Bohagi Utsav Samiti Organised an mukoli Bihu ) । পুৱা ১০ বজাৰ পৰা নাৰেংগী দুৰ্গা পূজাৰ বাকৰিত অনুষ্ঠিত হোৱা মুকলি বিহুত সাহিত্য-সংস্কৃতি, সমাজ সংগঠক, সাংবাদিক আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লগত জৰিত ১০০ গৰাকী লোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত স্থানীয় শিল্পীৰ গীত-মাতৰ লগতে জাগীৰোডৰ লালিলাং নৃত্য, তেঁতেলীয়াৰ জোনবিৰি বিহু হুঁচৰি দলৰ বিহু নৃত্য প্ৰদৰ্শনে অনুস্থানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.