thumbnail

By

Published : Oct 24, 2022, 8:10 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Attack on Cops at Teok: টীয়কত জুৱাৰীৰ আক্ৰমণত আৰক্ষী বিষয়া আহত

সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে টীয়কৰ লাহিং আলি চুকত টীয়ক আৰক্ষী থানাৰ(Teok police station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰঙৰ নেতৃত্বত এটা দলে অভিযান চলাই মদ-জুৱাৰ ঘাটি উৎখাত কৰে (Gambling base overthrown at Teok) ৷ অৱশ্যে আৰক্ষীক দেখি জুৱাৰ ঘাটিটোত থকা লোকসকলে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে আৰু আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে ৷ এই ঘটনাত এগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Police officer injured at Teok)। ইপিনে আৰক্ষীয়ে উক্ত স্থানৰ পৰা প্ৰায় ১৫ খন মটৰ চাইকেল, জুৱা খেলত ব্যৱহৃত বহু সামগ্ৰী তথা বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে (Vehicle seized at Teok)। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.