thumbnail

By

Published : Sep 15, 2022, 10:45 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ETV Bharat / Videos

জনজাতিকৰণ নহ’ল: লোকসভা নিৰ্বাচনত প্ৰত্যাহ্বানৰ হুংকাৰ আটাছুৰ

জনজাতিকৰণৰ দাবীত উত্তাল হ'ল সোণাৰি । কিয়নো পুনৰ প্ৰতাৰিত হ'ল অসমৰ ছয় জনগোষ্ঠী (Six community of Assam)। কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত নাই অসমৰ নাম । অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ(ST status of six communities) কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত এতিয়া ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ । দীৰ্ঘদিন প্ৰতিবাদ কৰি অহাৰ পাছতো অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে চৰাইদেউৰ সোণাৰিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ জুমুঠি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে আটাছুৱে (Effigy burn at Sonari)।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.