thumbnail

By

Published : May 20, 2022, 9:19 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

কংগ্ৰেছে ভাড়া লৈ চলিব পাৰিব, কিন্তু ৰাইজৰ মন জয় কৰিব নোৱাৰে: পীযুষ হাজৰিকা

শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এক সংবাদমেলযোগে মন্তব্য কৰে যে, গুৱাহাটীস্থিত ৰাজীৱ ভৱনক কমাৰ্চিয়েল কমপ্লেক্স হিচাবে গঢ় দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে (Rajiv Bhawan to be commercial complex)৷ কংগ্ৰেছৰ ভিতৰ চ’ৰাত আৰ্থিক দুৰৱস্থাই দেখা দিয়াৰ কথাও তেওঁ প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে মন্তব্য ৷ মন্ত্ৰীগৰাকীয়ে ক’লে, এই কমাৰ্চিয়েল কমপ্লেক্সৰ পৰা কংগ্ৰেছে ভাড়া লৈ চলিব পাৰিব, কিন্তু ৰাইজৰ মন জয় কৰিব নোৱাৰে ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.