thumbnail

এটা চোৰক কেন্দ্ৰ কৰি গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত হুৱা দুৱা

By

Published : Aug 27, 2022, 11:50 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

এটা চোৰক কেন্দ্ৰ কৰি নিশা গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত পলকতে লাগিল হুৱাদুৱা । কিছুদিন পূৰ্বে আৰক্ষীৰ চকুত ধূলি দি জেলৰ পৰাই পলায়ন কৰিছিল চোৰটোৱে ৷ পুনৰ এইবাৰ চুৰি সামগ্ৰী লৈ উধাও হ’ব খোজোতেই ৰোষত পৰিল ৰাইজৰ ৷ গোলাঘাটৰ পৌৰসভা মাৰ্কেটৰ শিৱম চুইটচ নামৰ দোকানখনৰ পৰা দুটাকৈ ORSLৰ কাৰ্টুন লৈ উধাও হ'ব খুজিছিল চোৰটোয়ে ৷ তেনেতে সেই স্থানত উপস্থিত লোকে হাতে-লোটে চোৰটোক ধৰা পেলায় চোৰটোক ৷ সাধাৰণ ৰাইজৰ মূৰৰ কামোৰণি হৈ পৰা চোৰটোক অৱশেষত ৰাইজে কৰায়ত্ত কৰি গোলাঘাট আৰক্ষীক গোটাই দিয়ে(People caught thieves in Golaghat) ৷ অৱশ্যে চোৰটোৰ আন এটা সহযোগী সেই স্থানৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.