North East Festival: চেলিব্ৰেটিং নৰ্থ-ইষ্ট ফেষ্টিভেলত মুখৰিত হৈ পৰিল আমেৰিকা - america north east festival
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17183811-thumbnail-3x2-fest.jpg)
আমেৰিকাত অনুষ্ঠিত হ’ল চেলিব্ৰেটিং নৰ্থ-ইষ্ট ফেষ্টিভেল (North East Festival) ৷ প্ৰবাসী অসমীয়াই একেলগে পাৰ কৰিলে মধুৰ সময় (America North East festival) ৷ অনুষ্ঠানটিৰ শোভা বঢ়ালে জুবিন গাৰ্গৰ উপস্থিতিয়ে ৷ বিভিন্ন ফেশ্বন শ্ব’ৰ পৰা আৰম্ভ কৰি জনজাতীয় নৃত্যৰ লগতে সত্ৰীয়া নৃত্য পৰিৱেশন কৰিলে উত্তৰ-পূৱবাসীয়ে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST