জাতিংগা সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি, বৰাইল আৰু মাহুৰ সমষ্টিত বিজেপিৰ অগ্ৰগতি - জাতিংগা সমষ্টিত কংগ্ৰেছ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 12:43 PM IST

হাফলং 12 জানুৱাৰী: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ জাতিংগা সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি । জাতিংগা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰিভিয়া চিয়াংচাই আগবাঢ়ি আছে । এই সমষ্টিত বিজেপি প্ৰাৰ্থী ফ্লেমিং চাইলা ৰূপচী পিছ পৰি আছে । 

পৰিষদৰ 4 টা সমষ্টিৰ ভোট গণনা চলি আছে ৷ হাফলং জাতিংগা বৰাইল মাহুৰ সমষ্টিৰ ভোট গণনা চলি আছে । উল্লেখযোগ্য যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ পূব মাইবাং, পশ্চিম মাইবাং, হাজাদিছা গুণজোং হামৰি আৰু হাৰেংগাজাও ছয়খন সমষ্টিত বিনা প্ৰতিদ্বন্দিতাত বিজেপিয়ে জয়লাভ কৰে । 

শুকুৰবাৰৰ ৰাতিপুৱা 9 বজাৰ পৰাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ 22 খন সমষ্টিৰ বাবে ভোট গণনা আৰম্ভ হৈছে ৷ 22 টা সমষ্টিৰ ভিতৰত জাতিংগা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে ।

আনহাতে, হাফলং সমষ্টিত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে । লগতে বৰাইল আৰু মাহুৰ সমষ্টিত বিজেপি দলে অগ্ৰগতি লাভ কৰিছে ।

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ: কাৰ হাতলৈ যাব পৰিষদৰ বাঘজৰী ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.