বৰলুইতৰ বুকুত ত্ৰিৰংগ পতাকা উৰুৱালে NDRF এ

By

Published : Aug 15, 2022, 9:10 AM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
আজি ভাৰতৰ স্বাধীনতা দিৱস । ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে সকলোতে দেখা গৈছে উৎসাহ উদ্দীপনা (76th Independence day of India)। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFয়ে হাতত লৈছে বিশেষ পদক্ষেপ । তেজপুৰত NDRFৰ ১২ নং বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰিছে (NDRF displays national flag on Brahmaputra)। ব্ৰহ্মপুত্ৰৰ বুকুত এক বিশেষ ত্ৰিৰংগ যাত্ৰা কৰে NDRFৰ জোৱানসকলে । বিষয়া নোবেল সিঙৰ নেতৃত্বত তিনিখন ৰাবাৰ নাৱৰ জৰিয়তে ভোমোৰাগুৰি দলঙৰ পৰা তেজপুৰ জাহাজ ঘাটলৈ নদীৰ বুকুত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰে (NDRF Tiranga Yatra through Brahmaputra at Tezpur)। কেৱল এয়াই নহয় ইটিভি ভাৰতৰ কেমেৰাৰ সন্মুখত দেশপ্ৰেমমূলক গীতো পৰিৱেশন কৰিলে NDRFৰ বিষয়া-জোৱানসকলে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.