Nagaon Sahitya Sabha: ডিচেম্বৰত নগাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠান - sabha Golden Jubilee celebration in December
🎬 Watch Now: Feature Video
নগাঁও সাহিত্য সভাৰ সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন(Nagaon Sahitya Sabha Golden Jubilee celebration)।নগাঁৱৰ নেহেৰুবালীত দেওবাৰে মাংগলিক ধ্বনি আৰু উৰুলিৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয় । লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক উপেন বৰকটকী, শংকৰী কলা সংস্কৃতিৰ গৱেষক ড৹ নৰেন কলিতাৰ লগতে সভাৰ সদস্যবৰ্গ । আগন্তুক ১ ডিচেম্বৰৰ পৰা নগাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান আৰম্ভ হ'ব আৰু ৩ ডিচেম্বৰত সামৰণি পৰিব ।
Last Updated : Feb 3, 2023, 8:33 PM IST