Municipality Worker Protest : মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষণত ধেমাজিতো পৌৰ কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘট - Municipality Worker Protest
🎬 Watch Now: Feature Video
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো পৌৰসভাৰ কৰ্মচাৰীসকলে আজি ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী (Municipality Worker Protest in Dhemaji)৷ বিগত ছয় মাহৰ পৰা ৩৭ মাহ পৰ্যন্ত অনাদায় দৰমহা আদায়ৰ দাবীত ধেমাজি পৌৰ সভাৰ(Dhemaji municipal Board) কাৰ্যালয়ৰ প্ৰাংগণত ৰূপায়ণ কৰে সৰ্বাত্মক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷ ধেমাজি পৌৰসভাৰ প্ৰায় সত্তৰগৰাকী পৌৰ কৰ্মচাৰীয়ে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ দাবী মানি নল’লে আগন্তুক দিনত তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST