Paddy procurement in Assam: চৰকাৰৰ ধান ক্ৰয়ৰ সিদ্ধান্তক সমৰ্থন অখিল গগৈৰ

By

Published : Dec 22, 2022, 9:22 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰা চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাইছে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi on paddy procurement)৷ এই প্ৰসংগত গগৈয়ে কয় যে, বৰ্তমান ৰাজ্যত যিমান সংখ্যক ধান ক্ৰয় কেন্দ্ৰ আছে, বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে(Paddy procurement centre in Assam) ৷ এটা পঞ্চায়ত কমেও এটা ধান ক্ৰয় কেন্দ্ৰ প্ৰতিষ্ঠা কৰাটো জৰুৰী বুলি বৃহস্পতিবাৰে বিধানসভাত মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ কেৱল ৰঞ্জিত আৰু বাহাদুৰ ধানেই নহয়, শালি আৰু বাওধানসমূহো ক্ৰয় কৰাৰ আহ্বান জনালে বিধায়ক অখিল গগৈয়ে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.