Pijush Hazarika inspects embankment site: কলঙৰ খহনীয়া মেৰামতিৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 11, 2023, 9:04 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ৰহাত কলঙৰ খহনীয়া মেৰামতিৰ কাম পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika) ৷ মন্ত্ৰীগৰকীয়ে বুধবাৰে বিয়লি উপস্থিত হৈ ৰহাৰ কলঙৰ তিনিসুঁতিৰ গৰাখহনীয়া অংশ পৰিদৰ্শন কৰে (Minister Pijush Hazarika inspects embankment) ৷ ৰহাৰ তিনিসুঁতিৰ অংশটো কলঙৰ প্ৰবল খহনীয়াই ৰহা-চাপৰমুখ-কামপুৰ পথ পৰ্যন্ত খহাই নিছিল । সম্প্ৰতি পথচোৱাত প্ৰায় তিনি কোটিৰো অধিক টকাৰ ব্যয়েৰে জিঅ'বেগ আৰু বল্ডাৰ পিটচিঙৰ জৰিয়তে খহনীয়া ৰোধৰ ব্যৱস্থা কৰা হৈছে । সেই কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ মন্ত্ৰীগৰাকী ৰহাত উপস্থিত হয় (Pijush Hazarika inspects embankment site at Raha)৷ ইফালে যোৱাটো বানে বিধ্বস্ত কৰা ৰহাচকী-দুৰ্গাজান পথৰো শীঘ্ৰে মেৰামতি কৰা হ’ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.