Fire incident in Barpeta: বৰপেটাৰ ডিমাপুৰত জুইত জাহ গ’ল মৰাপাটৰ গুদামসহ লক্ষাধিক টকাৰ সম্পত্তি - Kalgachia Fire Incident

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 16, 2023, 11:34 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

বৰপেটা জিলাৰ কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Terrible fire in Kalgasia)৷ জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰ গাঁৱত ৰবিবাৰে ৪ বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডত শ্বামছুল হকৰ এটা মৰাপাট ভৰ্তি গুদামঘৰৰ লগতে ৪১০ মোন মৰাপাট জুইত ভস্মীভূত হয় । অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে, সোমবাৰে ৰাতিপুৱা ৪ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তি ক্ষতি হোৱা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা চলাইছিল যদিও পিছমুহূৰ্তত কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ৮০ শতাংশ মৰাপাট জুইত জাহ যায় (Kalgachia Fire Brigade)। 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.