Mass gathering of CPIM in Dhemaji: বিভিন্ন সমস্যা সমাধানৰ দাবীৰে CPIMৰ বিশাল গণ সমাৱেশ - Dhemaji CPIM demonstration
🎬 Watch Now: Feature Video
ধেমাজিত CPIMৰ বিশাল গণ সমাৱেশ(CPIM public conference in Dhemaji) ৷ বিজেপি চৰকাৰৰ সংবিধান বিৰোধী নীতি আৰু জনবিৰোধী নীতিৰ প্ৰতিবাদত আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে ধেমাজি জিলা সমিতিয়ে অনুষ্ঠিত কৰে এই গণ সমাৱেশ ৷ দাম বৃদ্ধি ৰোধ কৰা, ধেমাজি জিলাৰ মাটিৰ জৰীপ কৰি দখল অনুযায়ী পট্টা প্ৰদান কৰা, উৎপাদিত ফচলৰ উচিত মূল্য প্ৰদান কৰা আদিৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰতিটো কেন্দ্ৰতে ধান বিক্ৰী কেন্দ্ৰ স্থাপন দাবী উত্থাপন কৰা হয় গণ সমাৱেশত ৷ উল্লেখ্য যে, গণ সমাৱেশৰ পূৰ্বে দুই শতাধিক CPIMৰ কৰ্মচাৰীয়ে উলিয়াই প্ৰতিবাদী সমদল(Dhemaji CPIM demonstration) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST