পত্নীহন্তা চিমল দালুৱক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে হোজাইৰ আদালতে

By

Published : Sep 7, 2022, 10:14 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
১৬ দিনীয়া সন্তানৰ সন্মুখতে নিজ পত্নীক ডিঙি চেপি হত্যা কৰিছিল স্বামীয়ে (Husband killed wife in Hojai)। পত্নীক হত্যাৰ পাছত মৃত্যু হয় ১৬ দিনীয়া পানী কেঁচুৱাটোও ৷ বুধবাৰে এই পাষাণ স্বামীক যাৱজ্জীৱন কাৰাদণ্ড বিহে শংকৰদেৱ নগৰ জিলা আদালতে (Man sentenced life imprisonment in Hojai)। প্ৰায় দুবছৰ পূৰ্বে হোজাইৰ কাকী ডেৰাপথাৰ গাঁৱত ১৬ দিনীয়া নিজ সন্তানৰ সম্মুখতে চিমল দালুৱে ডিঙি চেপি হত্যা কৰিছিল পত্নীক । ঘটনা সংক্ৰান্তত কাকী থানাত(Kaki Police Station) ৰঞ্জিত দালু নামৰ এজন লোকৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল হত্যাকাৰী চিমল দালুক ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.