Landslides in Arunachal Pradesh: অৰুণাচলৰ ৱেষ্ট কামেং জিলাত ভূমিস্খলন

By

Published : Oct 25, 2022, 9:00 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

পুনৰ অৰুণাচল প্ৰদেশত ভূমিস্খলন ৷ অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত সংঘটিত ভূমিস্খলন (Landslides triggered by heavy rainfall) ৷ এই ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে প্ৰৱল বৃষ্টিপাতৰ ফলত (Landslides in Arunachal Pradesh) ৷ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ভালুকপুঙৰ পৰা বমডিলালৈ যোৱা ১৩ নং ৰাষ্ট্ৰীয় পথৰ নাগ মন্দিৰ আৰু টেঙাৰ মাজৰ পথটো ৷ জানিব পৰা মতে অৰুণাচলত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত (Heavy rainfall in Arunachal Pradesh) মঙলবাৰে পুৱাৰে পৰা শ শ যান-বাহন আৱদ্ধ হৈ পৰিছে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.