thumbnail

Lachit Anniversary celebrated in Sivasagar: লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী শিৱসাগৰত

By

Published : Nov 18, 2022, 11:18 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ উপলক্ষে শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰক্ষী, চি আৰ পি এফ আৰু শিক্ষাৰ্থীসকলে আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সমুখৰ পৰা তলাতল ঘৰলৈ এক কুচকাৱাজৰ আয়োজন কৰে(Lachit Borphukan 400 birth anniversary) । পুৱা ৮-০০ বজাত অনুষ্ঠিত কৰা কুচকাৱাজ আৰক্ষী অধীক্ষক শুভ্ৰ জ্যোতি বৰা, জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ লগতে জিলা আৰক্ষীৰ বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থাকে । লাচিত দিৱসৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি আৰক্ষী অধীক্ষক শুভ্ৰ জ্যোতি বৰাই জানিবলৈ দিছে (Lachit diwas celebrated in Sivsagar)।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.