Lachit day Celebration: মানিকপুৰত লাচিত দিৱস উদযাপন

By

Published : Nov 20, 2022, 9:59 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
দেশজুৰি বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ (Lachit day Celebration across Assam)৷ ইয়াৰ সমান্তৰালকে দেওবাৰে বঙাইগাঁও জিলাৰ নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত লাচিত বৰফুকনৰ জন্ম জয়ন্তী উৎযাপন কৰা হয় (Lachit day Celebration at Manikpur)৷ এই জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ (MLA Abdul Batin Khandaker) । বিধায়কজনে ছাত্ৰ-ছাত্ৰীৰ লগত লাচিত বৰফুকন সম্পৰ্কে মত বিনিময় কৰে ৷ নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়খন আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত হোৱাত সন্তষ্টি প্ৰকাশ কৰে বিধায়কৰ লগতে প্ৰধান শিক্ষকগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.