কৃষ্ণ বন্দনাত মুখৰিত টীয়কৰ কলিয়াপানী বৰনামঘৰ - হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ দেশ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16147019-thumbnail-3x2-teok.jpg)
আজি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী (Sri Krishna janmashtami 2022) । হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ দেশ-তথা ৰাজ্য ৷ টীয়কৰ কলিয়াপানী বৰনামঘৰৰ লগতে সমগ্ৰ পৰিৱেশ হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰে । আজি অৰ্থাৎ শুকুৰবাৰে সন্ধিয়াৰ পৰা স্থানীয় ভকত বৈষ্ণৱ একত্ৰিত হৈ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি কলিয়াপানী বৰনামঘৰত দিহা নাম, কৃষ্ণ নামেৰে আধ্যাত্মিকতাত বুৰ গৈছে সকলো (Krishna Janmashtami celebrates at Kaliapani) । কলিয়াপানী বৰনামঘৰৰ পৰা সংবাদদাতা সাৰংগপাণি শইকীয়াৰ এক প্ৰতিবেদন...
Last Updated : Feb 3, 2023, 8:26 PM IST