Kannada kodubale Snacks : ঘৰতে প্ৰস্তুত কৰো আহক পুৱাৰ জলপান কৰ্ণাটকৰ কডুবালে - কৰ্ণাটকৰ কডুবালে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16027246-thumbnail-3x2-food.jpg)
আপুনি বাৰু কৰ্ণাটকৰ খাদ্য খাই ভাল পায় নেকি ? পুৱাই যদি কৰ্ণাটকৰ খাদ্যৰে দিনটোৰ আৰম্ভনি কৰা হয়, তেন্তে কেনে হ’ব বাৰু ! সেয়ে আজি আমি আপোনালোকলৈ লৈ আনিছো কডুবালে, কৰ্ণাটকৰ এটা বিখ্যাত নিমখীয়া জলপান (Types of namkin)। অতি সহজে ঘৰতে প্ৰস্তুত কৰিব পাৰি এই জলপানবিধ (Kannada recipe kodubale)৷ এবাৰ বনালে এই জলপানবিধক বহু দিনলৈ ৰাখিব পাৰি (Kodubale Snacks) ৷ ইয়াক প্ৰস্তুত কৰা হয় চাউলৰ গুৰি আৰু বেচনৰ দ্বাৰা (Homemade snacks)৷ গতিকে আহক আমাৰ এই ৰেচিপিৰে শিকক কৰ্ণাটকৰ কডুবালে...
Last Updated : Feb 3, 2023, 8:25 PM IST