Kangana Ranaut in Assam: 'ভানুমতী'ৰ পিঠিত উঠি 'ইমাৰজেঞ্চী' ৰ শ্বট দিলে বলিউড কুইন কংগনাই - ছবিৰ শ্বুটিঙৰ বাবে অসমত অভিনেত্ৰী কংগনা ৰানাৱট
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17030419-thumbnail-3x2-g1hyjb.jpg)
বোকাখাতত 'ভানুমতী'ৰ পিঠিত উঠি 'ইমাৰজেঞ্চী' ৰ শ্বট দিলে বলিউড কুইন কংগনা ৰানাৱটে(Kangana Ranaut in Bokakhat) । কটকটীয়া নিৰাপত্তাৰ মাজত কংগনা আৰু ভানুমতী নামৰ হাতীজনীয়ে শ্বট দিলে কেমেৰাৰ সন্মুখত । প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱন সন্দৰ্ভত নিৰ্মাণ হ’বলগীয়া এখন ছবিৰ শ্বুটিঙৰ বাবে বোকাখাতৰ নিকৰিঘাটত আহি উপস্থিত হৈছে বলিউদ কুইন কংগনা ৰানাৱট ৷ আজি বোকাখাতৰ পৰা শ্বুটিং সামৰি মুম্বাইলৈ কংগনা সহিতে "ইমাৰজেঞ্চী" ৰ টীম ৰাওনা হ'ব বুলি জানিব পৰা গৈছে (Emergency movie shooting in Assam)।
Last Updated : Feb 3, 2023, 8:33 PM IST