Kanakadasa Jayanti: মূৰত নাৰিকল ভাঙি আৰাধ্য দেৱতালৈ সেৱা আগবঢ়োৱা এক বিশেষ উৎসৱ কানাকদাসা - কানাকদাসা জয়ন্তী
🎬 Watch Now: Feature Video

তামিলনাডুত আৰম্ভ হ’ল হিন্দুসকলৰ পৰাম্পৰাগত ধৰ্মীত উৎসৱ কানাকদাসা জয়ন্তী ৷ এই উৎসৱত ভক্তসকলে মূৰত নাৰিকল ভাঙি ভক্তি প্ৰদৰ্শন কৰে ৷ তেওঁলোকৰ দেৱতা কানাকদাসাৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা হয় এই উৎসৱ ৷ এই উৎসৱৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয় পৰম্পৰাগত বিভিন্ন নৃত্য-গীত ৷ শিশুৰ পৰা বৃদ্ধলৈ মূৰত নাৰিকল ভাঙি কানাকদাসা দেৱতাক সেৱা আগবঢ়াই এই উৎসৱত ৷
Last Updated : Feb 3, 2023, 8:37 PM IST