Neel Pawan Baruah: অচ্যুৎ ভৱন চাবলৈ আৰু কেতিয়াও নাহে নীলপৱন বৰুৱা - Achyut Bhawan of Teok
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16770762-thumbnail-3x2-dvd.jpg)
বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই শৈশৱ কটোৱা টীয়কৰ ঘৰখন ‘অচ্যুৎ ভৱন’ চাবলৈ আৰু কেতিয়াও নাহে তেওঁ (Neel Pawan Baruah passes away)৷ উকা হৈ পৰিল ল'ৰালিতে উমলা ঘৰখন ৷ নিমাত হৈ পৰিল টীয়কৰ অচ্যুৎ ভৱন ৷ তেখেতৰ মৃত্যুত এতিয়া ম্ৰিয়মান অচ্যুৎ ভৱন (Achyut Bhawan of Teok)৷ পৰিয়ালবৰ্গ, ইষ্ট কুটুম্বই শেষ শ্ৰদ্ধা জনাই সুঁৱৰিলে পুৰণি স্মৃতি (Family members of Neel Pawan Baruah) ৷
Last Updated : Feb 3, 2023, 8:30 PM IST