Khara Pongal recipe: দক্ষিণ ভাৰতৰ হেচাৰুবেলে খাৰা পোংগলৰ বিশেষ ৰেচিপি - হেচেৰুবেলে খাৰা পোংগল
🎬 Watch Now: Feature Video

পোংগল দক্ষিণ ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ব্যঞ্জনসমূহৰ ভিতৰত অন্যতম । এই পোংগল বিভিন্ন ধৰণৰ ৷ যেনে শিহি পোংগল, হেচাৰুবেলে খাৰা পোংগল আদি ৷ আজি আমি লৈ আনিছো হেচেৰুবেলে খাৰা পোংগল ৷ এই খাদ্যবিধক নামটোখামুত বুলি কোৱা হয় ৷ ইয়াক বনোৱাৰ প্ৰক্ৰিয়া অতি সৰল (Khara Pongal recipe)৷ গতিকে আমাৰ ৰেচিপিৰে ঘৰতে অতি সহজে প্ৰস্তুত কৰক সুস্বাদু হেচাৰুবেলে খাৰা পোংগল (Home made Hesarubele Khara Pongal recipe)...
Last Updated : Feb 3, 2023, 8:26 PM IST