Green Manikpur Press Conference: প্ৰকৃতি সুৰক্ষাৰ আহ্বানেৰে সেউজ মানিকপুৰৰ সংবাদমেল - প্ৰকৃতি সুৰক্ষাৰ আহ্বানেৰে সেউজ মানিকপুৰৰ সংবাদমেল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 31, 2022, 1:48 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

বঙাইগাঁও জিলাৰ সেউজ মাণিকপুৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোয়ে(Voluntary Organization Green Manikpur) সমগ্ৰ অসম তথা মাণিকপুৰবাসী ৰাইজক আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আহ্বান জনালে যে, নৱবৰ্ষত বিভিন্ন ধৰণৰ বিজ্ঞাপন ওলাব আৰু এই বিজ্ঞাপনৰ বেনাৰ, প'ষ্টাৰসমূহ যাতে ডাঙৰ ডাঙৰ গজালেৰে গছত আঁৰি নিদিয়ে (Green Manikpur PC with a call for nature protection) । প্ৰকৃতিয়ে গতি সলাইছে ৷ গছ থাকিলেহে মানুহ থাকিব - এই উদ্দেশ্য আগত ৰাখি মাণিকপুৰক সেউজ কৰাৰ উদ্দেশ্যৰে সেউজ মাণিকপুৰ সংগঠনটোয়ে কাম কৰি আহিছে আৰু প্ৰতি বছৰে গছপুলি ৰোপন কৰি আহিছে । লগতে নৱবৰ্ষত পিকনিক খাৱলৈ যোৱাৰ ক্ষেত্ৰত সকলোলৈকে চৰকাৰে যি নীতি নিৰ্দেশনা দিছে, তাক সেউজ মাণিকপুৰে পূৰ্ণ সমৰ্থন জনোৱা বুলি উল্লেখ কৰি বনভোজ খাবলৈ যোৱা দলসমূহক বনভোজস্থলী পৰিষ্কাৰ কৰি যাবৰ বাবে আহ্বান জনোৱাৰ লগতে উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.