Foundation Day of Raijor Dal: ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ডিব্ৰুগড়ৰ বৃদ্ধাশ্ৰমত বস্ত্ৰ বিতৰণ - Foundation Day of Raijor Dal in Dibrugarh

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 9, 2023, 10:10 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

ৰাইজৰ দলৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হয় (Foundation Day of Raijor Dal in Dibrugarh)। ২০২১ চনৰ ৮ জানুৱাৰীত মৰাণত প্ৰতিষ্ঠা লাভ কৰা ৰাইজৰ দলৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড়ৰ স্বেচ্ছাসেৱী সংস্থা 'আশা'ৰ খনীয়াগাঁৱত থকা বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ সৈতে উদযাপন কৰা হয় (Foundation Day of Raijor Dal celebrated in old age home)। ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈ, দীপৰঞ্জন দুৱৰা, হিতেশ গগৈ, জিলা সভাপতি অমূল্য আহোমৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত নতুন বৰ্ষৰ উপলক্ষে এসাঁজ প্ৰীতি ভোজৰ লগতে আৱাসীসকলৰ মাজত গৰম বস্ত্ৰ বিতৰণ কৰে দলৰ নেতা তথা কৰ্মীসকলে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.