Eye check up Camp:হোজাইত পৰিবহণ বিভাগৰ উদ্য়োগত চকু চিকিৎসা শিৱিৰ - পৰিবহণ বিভাগৰ উদ্য়োগত চকু চিকিৎসা শিৱিৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 1, 2023, 9:39 PM IST

হোজাই, ১ আগষ্ট: পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰাজ্য়ৰ পৰিবহণ বিভাগে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ অংশস্বৰূপে হোজাই জিলা পৰিবহণ বিভাগে চালক-পৰিচালক সকলৰ বাবে আয়োজন কৰে চকু চিকিৎসা শিৱিৰ । মঙলবাৰে হোজাই জিলাৰ লংকা বাছ ষ্টেণ্ডত হোজাই জিলা পথ সুৰক্ষা সমিতিৰ উদ্যেগত লংকা বাছ ষ্টেণ্ডত আয়োজন কৰা হয় এই চকু চিকিৎসা শিৱিৰ ।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা চকু পৰীক্ষা শিৱিৰটোত অংশগ্ৰহণ কৰে বহুসংখ্যক চালক -পৰিচালকে । উল্লেখ্য যে চালক-পৰিচালক সকলৰ দৃষ্টি সঠিকভাৱে থাকিলে পথ দুৰ্ঘটনা ৰোধত সহায়ক হোৱাৰ উদ্দেশ্যে বিভাগটোৱে গ্ৰহণ কৰে এনে পদক্ষেপ ।

লগতে পঢ়ক:Assam Six Tribe: লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ‌ স্বীকৃতি প্ৰদান কৰাৰ দাবী কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.