শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰৰ ভদীয়া নাম কীৰ্তনৰ সামৰণি - গৃহাস্বামী সত্ৰৰ সত্ৰাধিকাৰ জানাৰ্দন দেৱ গোস্বামী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16448739-thumbnail-3x2-siloni.jpg)
নিজম পৰিল দক্ষিণপাট সত্ৰ ৷ সামৰণি পৰিল ঐতিহাসিক দক্ষিণ পাট সত্ৰৰ ভদীয়া কীৰ্তন (End of Bhadia Naam Kirtan of Sri Sri Dakshin Pat Satra) । প্ৰতিবছৰৰ দৰে এইবছৰো ঐতিহাসিক সত্ৰখনত মাহজোৰা নাম-কীৰ্তন কৰাৰ পাছত বৃহস্পতিবাৰে সন্ধিয়া সমূহ ভকত বৈষ্ণৱ একত্ৰিত হৈ ভদীয়া নাম কীৰ্তনৰ সামৰণি মাৰে ৷ এই অনুষ্ঠানত দক্ষিণপাট সত্ৰ ভকত বৈষ্ণৱ সকলৰ লগতে দক্ষিণপাট গৃহাস্বামী সত্ৰৰ সত্ৰাধিকাৰ জানাৰ্দন দেৱ গোস্বামী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷ ভাদ মাহত দ্বিতীয় বৈকুণ্ঠ লৈ পৰিৱৰ্তিত হয় সত্ৰ নগৰী মাজুলী ।
Last Updated : Feb 3, 2023, 8:28 PM IST