Train Dumper collision in Golaghat : গোলাঘাটত ৰে’লে মহটিয়ালে ডাম্পাৰ, নিহত এজন - Train Dumper collision in Golaghat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16926236-thumbnail-3x2-jvzsc.jpg)
গোলাঘাটৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ টেঙানিত অঘটন (Train hits at Barpathar in Golaghat)। উজনিমুৱা অবধ আচাম এক্সপ্ৰছে(Abadh Assam Express) মহটিয়ালে এখন নম্বৰবিহীন ডাম্পাৰত (Train Dumper collision in Golaghat)৷ ফলত থিতাতে নিহত হয় ডাম্পাৰখনৰ চালকৰ । উন্মুক্ত ৰে’ল ক্ৰছিংটোত পূৰ্বেও বহু দুৰ্ঘটনা সংঘটিত হৈছে । সোমবাৰৰ ঘটনাৰ পূৰ্বেও এখন যাত্ৰীবাহী মেজিকত ৰে’লে খুন্দিওৱাৰ ফলত এগৰাকী কণমানি ছাত্ৰীৰ মৃত্যু হৈছিল ।
Last Updated : Feb 3, 2023, 8:32 PM IST