DU Ragging Incident: DU ৰেগিংকাণ্ডৰ বিৰুদ্ধে আমগুৰিত তীব্ৰ প্ৰতিবাদ - Ragging incident at Dibrugarh University
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17066917-358-17066917-1669737891485.jpg)
ৰেগিঙৰ ঘটনাই জোঁকাৰিছে উচ্চ শিক্ষাৰ ভেঁটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক (Ragging incident at Dibrugarh University) ৷ কেইজনমান উদণ্ড ছাত্ৰই কালিমা সানিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত । উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Reactions across the Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আমগুৰিতো আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে । উক্ত ঘটনাৰ উচিত তদন্ত আৰু দোষীক কৰায়ত্ত কৰাৰ দাবীৰে প্ৰতিবাদত উত্তাল হৈ পৰে আমগুৰি চাৰিআলি ।
Last Updated : Feb 3, 2023, 8:34 PM IST