কৰিমগঞ্জত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক সৰবৰাহকাৰী - কৰিমগঞ্জত বৃহৎ পৰিমাণৰ হেৰইনসহ সৰবৰাহকাৰী আটক
🎬 Watch Now: Feature Video

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ কৰিমগঞ্জত 50 লাখ টকাৰ বৃহৎ পৰিমাণৰ হেৰ'ইনসহ এটা সৰবৰাহকাৰীক আটক (Heroin seized at karimganj ৷ গোপন সূত্ৰৰ পম খেদি কৰিমগঞ্জ আৰক্ষীয়ে জবাইনপুৰ পৰা এনামউদ্দিন নামৰ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে প্ৰায় 122 গ্ৰাম হেৰ'ইন জব্দ কৰে ৷ 10 টাকৈ চাবোনৰ বাকচত হেৰ'ইনখিনি লৈ আহিছিল এনামউদ্দিনে (Peddler arrested by Karimganj police)৷ হেৰ'ইনখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় 50 লাখ টকা বুলি জানিব পৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:23 PM IST