Defense Ministry Team of America: যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ বিচাৰি সাপেখাতিত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ দল - দ্বিতীয় বিশ্বযুদ্ধৰ
🎬 Watch Now: Feature Video

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ( Defense ministry of America) দলটোৰ ৷ আমেৰিকাৰ পৰা অহা 5জনীয়া দলটোক নেতৃত্ব দিছে ভাৰতীয় নৃতত্ব বিভাগৰ বিষয়াই(Official of Indian Anthropology) ৷ উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ(2nd world war) সময়ত সাপেখাতিত ভূপতিত হোৱা বিমানখনত থকা ১৪ জনকৈ লোক নিহত হৈছিল । ইতিপূৰ্বে কেইবাবাৰো চলোৱা অভিযানত ধ্বংসপ্ৰাপ্ত বিমানখনৰ ব্লেক বক্সৰ লগতে নিহত লোকৰ অস্থি উদ্ধাৰ হৈছিল । শুকুৰবাৰে পুনৰ অভিযানৰ বাবে উপস্থিত হৈছে আমেৰিকাৰ দলটো ৷ প্ৰায় 20দিন ধৰি অভিযান চলাব এই দলটোৱে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST