Robbery in Nagaon: দিন দুপৰতে নগাঁৱত বৃদ্ধক আক্ৰমণ কৰি লুটি নিলে ধন - নগাঁও মহাবিদ্যালয়
🎬 Watch Now: Feature Video

নগাঁও চহৰৰ মাজমজিয়াত দিন-দুপৰতে ডকাইতৰ সন্ত্ৰাস (Robbery in Nagaon)। নগাঁও মহাবিদ্যালয়ৰ(Nagaon college) সন্মুখত এগৰাকী বৃদ্ধক আক্ৰমণ কৰি ডকাইতে লুটিলে ১০ হাজাৰ টকা । পিতাম্বৰ দাস নামৰ এগৰাকী ব্যক্তিৰ পৰা ডকাইতে লুটিলে ধন । ডকাইতৰ আক্ৰমণত আহত হ'ল পিতাম্বৰ দাস (Dacoit attacked old man in Nagaon)। পিতাম্বৰ দাসৰ ঘৰ নগাঁৱৰ কঠিয়াতলিত ।
Last Updated : Feb 3, 2023, 8:33 PM IST