DAC election 2022 : ধেমাজিতো দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহন প্ৰক্ৰিয়া আৰম্ভ - ধেমাজিতো দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16866334-thumbnail-3x2-fjd.jpg)
মঙলবাৰে পুৱা ৮ বজাৰ পৰা ধেমাজিতো দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহন প্ৰক্ৰিয়া আৰম্ভ হৈছে (DAC election poll in Dhemaji)৷ ধেমাজি সদৰ মহকুমাৰ চাৰিটা সমষ্টিৰ মুঠ ১৬ টা ভোটকেন্দ্ৰত ভোটগ্ৰহন ৷ চাৰিটা সমষ্টিৰ ক্ৰমে চিচিবৰগাৱঁত 2017 গৰাকী, চিৰিপানীত 2208 গৰাকী, বৰদলনিত 1269 গৰাকী আৰু গোগামুখ সমষ্টিত 1799 গৰাকীসহ সৰ্বমুঠ 8093 গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ ভোটকেন্দ্ৰসমূহত ধেমাজি প্ৰশাসনে নিয়োগ কৰিছে 80 গৰাকী বিষয়া-কৰ্মচাৰী (DAC election 2022)৷
Last Updated : Feb 3, 2023, 8:31 PM IST