Cycle ride for Environment conservation: প্ৰকৃতি সংৰক্ষণৰ আহ্বানেৰে ছত্তীশগড়ৰ যুৱকৰ দুঃসাহসিক চাইকেল যাত্ৰা - প্ৰকৃতি সংৰক্ষণৰ আহ্বানেৰে ছত্তিশগড়ৰ যুৱক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 23, 2022, 8:11 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

গোলকীয় উষ্ণতা পৰিৱৰ্তনৰ লগে লগে মানৱ সমাজলৈ নামি অহা তীব্ৰ ভাবুকিৰ মাজতে প্ৰকৃতি সুৰক্ষাৰ আহ্বানেৰে চাইকেল যাত্ৰা কৰি ডিব্ৰুগড়ত প্ৰৱেশ কৰিছে বহিঃৰাজ্যৰ এজন যুৱকে(Cycle ride for Environment conservation by youth) । দেশৰ ২০খন ৰাজ্য অতিক্ৰমী যুৱকজনে ছত্তীশগড়ৰ পৰা ডিব্ৰুগড় পাবলৈ সময় লাগিল ১ মাহ ১২ দিন । ছত্তীশগড়ৰ ডামটাৰি জিলাৰ সৰু এখন গাঁও গ্ৰাম লিকমাৰ স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰী যোগেশ মাৰ্গাম নামৰ যুৱকজনে 'Clean India Green India' শ্লোগানেৰে আৰম্ভ কৰিছে এই চাইকেল যাত্ৰা(Cycle ride for Environment conservation Jogesh Margum) । চলিত বৰ্ষৰ ২৬ মাৰ্চত ছত্তীশগড়ৰ পৰা অকলশৰে যুৱকজনে আৰম্ভ কৰিছিল এই দুঃসাহসিক চাইকেল যাত্ৰা । অসমৰ প্ৰাকৃতিক পৰিৱেশ দেখি প্ৰশংসাৰে উপচাই পেলালেও প্ৰকৃতি সংৰক্ষণৰ জৰিয়তেহে বান প্ৰতিৰোধ সম্ভৱ বুলি মন্তব্য কৰে পৰিৱেশপ্ৰেমী যুৱকজনে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.