Birth Anniversary of Lachit Borphukan: বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে ধেমাজিত চাইকেল ৰেলী

By

Published : Nov 20, 2022, 3:29 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

সমগ্ৰ দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত সাতদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হৈছে (Lachit Borphukan birth anniversary) ৷ এই উপলক্ষে আজি জিলা প্ৰশাসনৰ উদ্যোগত পুৱা ৮ বজাত ধেমাজি সদৰৰ পেগু বজাৰৰ পৰা এক চাইকেল ৰেলী উলিওৱা হয় ৷ এই চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে সাংসদ প্ৰদান বৰুৱাই ৷ লগতে উপস্থিত থাকে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.