Cow Distribution: চন্দ্ৰপুৰত ৮৩ গৰাকী হিতাধিকাৰীৰ মাজত হাৰিয়ানাৰ গীৰ গাই বিতৰণ - Cow Distribution

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 6, 2022, 5:23 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

চন্দ্ৰপুৰত দেওবাৰে শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছনৰ অধীনত হিতাধিকাৰীৰ মাজত গীৰ গাই বিতৰণ কৰা হয়(Cow distributed in Chandrapur) । এই উপলক্ষে অয়োজিত এক অনুষ্ঠানত উপস্থিত থকা দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই হিতাধিকাৰীৰ মাজত গীৰ গাই বিতৰণ কৰে । চন্দ্ৰপুৰ ক্লাষ্টাৰৰ অন্তৰ্গত প্ৰথম পৰ্যায়ত চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ মুঠ ৮৩ গৰাকী হিতাধিকাৰীক শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছন আঁচনিৰ অধীনত ১০০ টা গীৰ গাই প্ৰদান কৰা হয় । পৰবৰ্তী পৰ্যায়ত আৰু ১০০ টা গীৰ গাই অনা হ'ব বুলি জানিবলৈ দিয়ে বিধায়ক অতুল বৰাই । সেই অনুসৰি মুঠ ১০০ গৰাকী হিতাধিকাৰীক প্ৰতিজনকে হাৰিয়ানাৰ পৰা অনা দুজনীকৈ গীৰ গাই প্ৰদান কৰা হ'ব ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.