Protests at Numaligarh: নুমলীগড়ত ঠিকাভিত্তিক নিৰ্মাণ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ - ঠিকাভিত্তিক নিৰ্মাণ শ্ৰমিকে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 12, 2023, 2:00 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বৃহস্পতিবাৰে শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধান আৰু প্ৰাপ্য অধিকাৰৰ দাবীৰে অসম বায়’ ৰিফাইনেৰী প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষৰ বিৰুদ্ধে  শ শ ঠিকাভিত্তিক নিৰ্মাণ শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protests against Bio Refinery PVT Limited) ৷ 

বায়’ ৰিফাইনেৰীত কৰ্মৰত তিনিজনকৈ নিৰ্মান শ্ৰমিকৰ দুৰ্ঘটনাত আহত প্ৰতিজন শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, অধিক উচ্চতাত কাম কৰা শ্ৰমিকক অতিৰিক্ত ভাট্টা প্ৰদান কৰা, দেওবৰীয়া বন্ধৰ মজুৰি প্ৰদান কৰা, স্বাস্থ্য বীমাকৰণৰ ব্যৱস্থা কৰা আদিৰ দাবীত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে (Contractual Construction Workers Union protests) ৷ 

এই দাবীসমূহ শীঘ্ৰেই পূৰণ নকৰিলে ভৱিষ্যতে ইয়াতকৈও অধিক তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে। ইয়াৰোপৰি শ্ৰমিক সংগঠনটোৱে বায়’ ৰিফাইনেৰী কৰ্তৃপক্ষলৈ দাবী সম্বলিত এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে (Memorandum to Bio Refinery PVT Limited) ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.