Bhaona festival of Charaibahi: সামৰণি পৰিল চৰাইবাহীৰ ঐতিহাসিক ভাওনা মহোৎসৱৰ - Bhaona festival of Charaibahi
🎬 Watch Now: Feature Video

অভিমণ্যু বধৰে সামৰণি পৰিল দ্বিতীয় কুৰুক্ষেত্ৰত পৰিণত হোৱা চৰাইবাহীৰ ঐতিহাসিক ১৭১ বছৰীয়া ত্ৰি-বাৰ্ষিক কমিটি ভাওনা মহোৎসৱৰ(Bhaona festival of Charaibahi) । ভাওনাস্থলিত মঞ্চস্থ হ'ল সাত জনগোষ্ঠীৰ দ্বাৰা পৰিৱেশিত ১০ খনকৈ অংকীয়া নাট(Conclusion of Triennial committee bhaona festival) । সামৰণী অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ দলৰ মুখপাত্ৰ সুভাষ দত্ত । উল্লেখ্য যে ১৮৫১ চনৰ পৰাই মৰিগাঁও জিলাৰ চৰাইবাহীত অনুষ্ঠিত হৈ আহিছে এই কমিটি ভাওনা মহোৎসৱ । কালক্ৰমত জনবিস্ফোৰণৰ বাবে সম্প্ৰতি অঞ্চলটোৰ তিনি ঠাইত অনুষ্ঠিত কৰা হয় এই ঐতিহাসিক চৰাইবাহী ত্ৰি-বাৰ্ষিক কমিটি ভাওনা ।
Last Updated : Feb 3, 2023, 8:31 PM IST