Tense situation in Hojai RTU: ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি উত্তপ্ত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় - ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি উত্তপ্ত
🎬 Watch Now: Feature Video

হঠাৎ উত্তপ্ত হৈ পৰিল হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় (Tense situation in Hojai RTU) ৷ অভিযোগ অনুসৰি, বিশ্ববিদ্যালয়ৰ অধ্যায়নৰত এগৰাকী ছাত্ৰীক জোকোৱাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ দুই ফৈদৰ মাজত সৃষ্টি হোৱা এই সংঘাতত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰও আছিল (Clashes between two factions in Hojai Rabindranath Tagore University) ৷ পৰিস্থিতি অতি বিষম হোৱাত ঘটনাস্থলীত হোজাই আৰক্ষী আৰু CRPF বাহিনী মোতায়ন কৰা হয় । অৱশ্যে আৰক্ষী আৰু CRPF বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ হয় পৰিস্থিতি ৷
Last Updated : Feb 3, 2023, 8:32 PM IST