কলিয়াবৰত ৰাজ্যিক শিশু একাংকিকা নাট প্ৰতিযোগিতা - Actor Upakul Bordoloi

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 9, 2022, 1:20 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত হৈছে সদৌ অসম মইনা পৰিজাতৰ (All Assam Maina Parijat drama competition) দশম ৰাজ্যিক শিশু একাংকিকা নাট প্ৰতিযোগিতা (Childrens one act play Competition at Kaliabor) । কলিয়াবৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত এই শিশু একাংকিকা নাট প্ৰতিযোগিতাখনি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ তথা অভিনেতা উপকূল বৰদলৈয়ে (Actor Upakul Bordoloi) উদ্বোধন কৰে । গুৱাহাটী, মঙলদৈ, ধেমাজি, বোকাখাত, গোলাঘাট, চৰাইদেউ, তিতাবৰ, বিশ্বনাথ চাৰিআলি, গহপুৰ, তেজপুৰ, নগাঁও, কলিয়াবৰ, নামনি লখিমপুৰ, শিৱসাগৰ, উত্তৰ লখিমপুৰ, ডিব্ৰুগড়কে প্ৰমুখ্য কৰি অসমৰ বিভিন্ন প্ৰান্তৰ ১৪ খন জিলা মইনা পাৰিজাতৰ শিশু নাট্য দলে অংশগ্ৰহণ কৰিছে (Children Drama Competition at Kaliabor)।
Last Updated : Feb 3, 2023, 8:29 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.