ৰূপহীহাটত বজ্ৰপাতত আহত ভাতৃ-ভগ্নী - Brother sister injured in lightning strike

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 22, 2022, 7:24 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

নগাঁও জিলাৰ ৰূপহীহাটত অঘটন। জিলাখনৰ নাঙ্গলধোৱাত বুধবাৰে (Thunderstorm in Rupahihut) নিশা বজ্ৰপাত পৰি একেটা পৰিয়ালৰ দুগৰাকী ভাই-ভনী গুৰুতৰভাবে আহত হয় (Brother-sister injured in lightning strike) । সন্ধিয়া অহা বতাহ-বৰষুণত দুয়োগৰাকী ভাই-ভনী ঘৰৰ বাহিৰলৈ ওলোৱাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । আহত দুয়োৰে নাম হৈছে ছেলিম আক্তাৰ আৰু মহছিনা খাতুন । ঘটনাটো সংঘটিত হোৱাৰ পিছতে দুয়োকে প্ৰথমে ৰাইজৰ তৎপৰতাত শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও দুয়োৰে অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.