thumbnail

By

Published : Oct 18, 2022, 2:21 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Breeze game: আমগুৰিত আয়োজন পৰম্পৰাগত ব্ৰীজ খেল

আমগুৰিৰ নামতি অঞ্চলৰ ধেপৰ গাঁ‌ৱঁত অনুষ্ঠিত হৈছে পৰম্পৰাগত ব্ৰীজ খেল (Breeze game celebrated in Aamguri)। ৬০ বছৰীয়া পুৰণি এই খেলখনত গাঁৱৰ ডেকা-বুঢ়া সকলোৱে অংশগ্ৰহণ কৰে(60 years old traditional game celebrated in Aamguri)৷ দিনযোৰা কাৰ্যসূচীৰে উদ্যোক্তাসকলে আয়োজন কৰিছে "অক্সন ব্ৰীজ" প্ৰতিযোগিতাৰ ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.