Lakhimpur Book and Trade Fair : লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত আৰম্ভ গ্ৰন্থ আৰু বাণিজ্য মেলা

By

Published : Jan 6, 2023, 6:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত আজি অৰ্থাৎ শুকুৰবাৰ পৰা আগন্তুক ২২ জানুৱাৰীলৈকে আৰম্ভ হৈছে গ্ৰন্থ আৰু বাণিজ্য মেলা (Book and trade fair begins in Lakhimpur) । বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰম্ভ হোৱা এই মেলাত ৰাজ্যৰ বাহিৰৰ পৰাও ভালেখিনি বিপণীয়ে অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে, বীৰ লাচিত সেনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ পৃষ্ঠপোষকতাত একাদশ বৰ্ষৰ বাবে এই মেলা অনুষ্ঠিত হৈছে (Lakhimpur Book and Trade Fair) । ইতিমধ্যে প্ৰথম দিনাই এই মেলালৈ ৰাইজৰ যথেষ্ট সঁহাৰি পোৱা পৰিলক্ষিত হৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.